অসুস্থ গৰিমা শইকীয়া গাৰ্গকঅসুস্থ গৰিমা শইকীয়া গাৰ্গক

Share and Enjoy !

Shares

অসুস্থ গৰিমা শইকীয়া গাৰ্গক।

 

গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা গাৰ্গক।

 

দুৰ্বলতাৰ বাবে গৰিমা শইকীয়া গাৰ্গক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

 

অনিয়মীয়া খোৱা-বোৱা আৰু নিদ্ৰাহীনতাৰ বাবে অসুস্থ হৈ পৰিছে গৰিমা।

 

মঙলবাৰেই গৰিমাক হাস্পতলত ভৰ্তি কৰোৱা হৈছে। লগত আছে জুবিন গাৰ্গৰ ভগ্নী পামী।

Leave a Reply

Your email address will not be published. Required fields are marked *