Share and Enjoy !

Shares

বশিষ্ঠ আৰক্ষীৰ জালত মাটি দালাল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাটিৰ দালালটো হ’ল জালুকবাৰীৰ বিপুল দেৱ।

সাওকুছিৰ এজন লোকৰ মাটিৰ দালালি কৰিছিল বিপুলে।

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে বশিষ্ঠ থানাত দাখিল কৰিছিল এজাহাৰ।

এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে ১৬৯/২৬ত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে দালালটোক।

Leave a Reply

Your email address will not be published. Required fields are marked *