মৃত্যুদূতৰূপী অবৈধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ অভিযান
১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বেআইনীভাৱে তীব্ৰবেগত চলাচল কৰা ডাম্পাৰ সমূহৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ
অভিযানত জব্দ কেইবাখনো নথিপত্ৰ বিহীন আৰু অভাৰ লোডিং ডাম্পাৰ
জব্দকৃত ডাম্পাৰ আৰু ডাম্পাৰৰ মালিক আৰু চালকৰ বিৰুদ্ধে সংশ্লিষ্ট আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে
উল্লেখ্য যে, বিগত কেইবাদিন ধৰি ডাম্পাৰৰ চালকৰ অতপালিৰ বাবেই চামগুৰিৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে দুৰ্ঘটনা
দুৰ্ঘটনাৰ ফলত মৃত্যু মুখত পৰিবলগীয়া হৈছে বহুলোক