Share and Enjoy !

Shares

বইটামাৰীৰ বৰখাতাত ভয়ংকৰ পথ দুৰ্ঘটনা!

মালবাহী ট্ৰাক আৰু ছুইফ্ট বাহনৰ মাজত মুখামুখি খুন্দা।

খুন্দাত গুৰুতৰভাৱে আহত ছুইফ্ট বাহনৰ চালক।

বঙাইগাঁও জিলাৰ বইটামাৰীৰ বৰখাতাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, এখন মালবাহী ট্ৰাক আৰু এখন মাৰুতি ছুইফ্ট বাহনৰ মাজত সংঘটিত হয় প্ৰচণ্ড মুখামুখি খুন্দা।

দুৰ্ঘটনাত পতিত মাৰুতি ছুইফ্ট বাহনখনৰ পঞ্জীয়ন নম্বৰ AS19Q 5010 আৰু মালবাহী ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ WB-25L 9412।

এই সংঘৰ্ষৰ ফলত মাৰুতি ছুইফ্ট বাহনখনৰ চালকজন আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *