Share and Enjoy !

Shares

মৰিগাঁও জিলা বিজেপিৰ উদ্যোগত ‘গণতন্ত্ৰ বচাও অৰাজকতা হাটাও’ নামেৰে মৰিগাঁও চহৰত উলিয়াই বৃহৎ সমদল।

উক্ত সমদলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ কুমাৰ শ‌ইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আৰু সাংসদ দেৱাশীষ শৰ্মা সহিতে জিলা বিজেপিৰ সভাপতি সম্পাদক সহিতে কেইবা সহস্ৰাধিক দলীয় কাৰ্যকৰ্তাৰ অংশগ্ৰহণ।

Leave a Reply

Your email address will not be published. Required fields are marked *