Share and Enjoy !

Shares

পল্টনবজাৰ আৰক্ষী থানাত উপস্থিত ঘাতক ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈ।

কেব ভাড়াত লৈ পল্টনবজাৰ থানাত উপস্থিত জোনমণি।

মুখত কাপোৰ মাৰি হাতত ফাইল লৈ পল্টনবজাৰ থানাত সোমাল ঘনকান্তৰ পত্নী।

সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত মুখ নুখুলিলে জোনমণিয়ে।

দৌৰি দৌৰি থানাৰ ভিতৰত প্ৰৱেশ জোনমণিৰ।

৬ দিনৰ অন্তত ঘাতক স্বামী ঘনকান্তক দেখাৰ সৌভাগ্য হ’ব জোনমণিৰ।

বহু তথ্য জোনমণিয়ে লৈ গুৱাহাটীৰ পৰা উধাও হোৱাৰ সন্দেহ।

ঘনকান্তৰ গাড়ীৰ চাবি, হোটেল বিলাস ইনৰ চুক্তি পত্ৰ, পিষ্টলৰ অনুজ্ঞাপত্ৰ, অন্যান্য তথ্য লৈ থানাত উপস্থিত।

Leave a Reply

Your email address will not be published. Required fields are marked *