কন্যাৰ জন্মদিনৰ দিনাই কৰুণ ঘটনা! মৃত্যু পিতৃ-মাতৃৰকন্যাৰ জন্মদিনৰ দিনাই কৰুণ ঘটনা! মৃত্যু পিতৃ-মাতৃৰ

Share and Enjoy !

Shares

মহানগৰীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ড। ভৰলুমুখৰ ৮ নং গেটত থকা পোষ্ট অফিচ বিল্ডিঙত অগ্নিকাণ্ড।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৩খন বাহন। বহু সময় ধৰি জুই নিৰ্বাপনৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ। অগ্নিকাণ্ড দুজনকৈ লোক আহত হোৱাৰ লগতে জীৱন্তে অগ্নিদগ্ধ হৈ দেৱ চৌধুৰী, পম্পী চৌধুৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

কন্যাৰ জন্মদিনৰ আয়োজন চলাই থাকোতেই এই ঘটনটো সংঘটিত হয়।

জানিব পৰা মতে, কন্যাৰ জন্মদিনৰ দিনাই কন্যাৰ জন্মদিন উদযাপনৰ বাবে কৰিছিল প্ৰস্তুতি । প্ৰস্ততিৰ বাবে পিতৃ-মাতৃক সংগ দিয়া এগৰাকী ৰান্ধনীও আছিল ঘৰৰ ভিতৰত। সেই সময়তে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ঘটে দম্পতীহালৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *