Share and Enjoy !

Shares

শিৱসাগৰ অ’ এন জি চি কলনীৰ সমীপত পুৱতি নিশা চাঞ্চল্যকৰ ঘটনা।

 

 

মাতৃ – কন্যাই একেলগে কৰিলে আত্মহনন ।

 

ঘৰত নিজেই অগ্নি সংযোগ কৰি আত্মহনন ।

 

 

মাতৃৰ নাম ৰূপা বৰগোঁহাই, কন্যাৰ নাম উপাসনা বৰগোঁহাই ।

 

উপাসনা বৰগো‌ঁহাই বিবাহিত টেট শিক্ষয়িত্ৰী ।

 

আত্মহত্যাৰ সন্দৰ্ভত লিখি থৈ গৈছে ছুইচাইড ন’ট ।

 

 

উপাসনা বৰগোঁহাই বিয়া হৈছিল শিৱসাগৰ চাৰিং হাফলুটিং নিবাসী বিদ্যুৎ নাথৰ সৈতে।

 

 

ইয়াৰ পূবেও ২০২৪ চনৰ ১০ মে’ত স্বামীৰ সৈতে চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল উপাসনাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *