Share and Enjoy !

Shares

উজনিৰ বানাক্ৰান্তলৈ ২ কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ।

সদনত বানাক্ৰান্তৰ বাবে ঘোষণা আজমলৰ।

আজমল ফাউণ্ডেচনৰ ফালৰ পৰা দিয়া হ’ব এই বান সাহায্য।

আজি যোৰহাট, শিৱসাগৰ, চৰাইদেউ পৰিদৰ্শনৰ কৰিব বদৰুদ্দিন আজমলে।

সকলো বন্যাৰ্তক সহায়ৰ আশ্বাস আজমলৰ। বানাক্ৰান্ত অঞ্চললৈ গৈ এই সাহায্যৰ ধন বিতৰণ কৰিব বুলি কয় আজমলে।

উল্লেখযোগ্য যে প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰিছে উজনি অসম। যোৰহাট, শিৱসাগৰ, চৰাইদেউত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *