বানপীড়িতলৈ সকাহ
৩ আগষ্টৰ পৰা তাৎক্ষণিকভাবে ১৫,০০০ টকাকৈ অন্তর্বর্তীকালীন সাহায্য
১০ আগষ্টত শিৱসাগৰ-চৰাইদেউৰ ক্ষতিগ্রস্তলৈ অতিৰিক্ত ১০,০০০ টকাকৈ
শিৱসাগৰ-চৰাইদেউত ৩০০ ইউনিটলৈকে জুলাইৰ বিদ্যুতৰ বিল ৰেহাই
শিৱসাগৰ-চৰাইদেউবাসীৰ বাবে এবছৰৰ মাটিৰ খাজনা বেহাই
বান প্রভাৱিত অঞ্চলৰ অংগনবাড়ী কেন্দ্রলৈ ২-২.৫ লাখ টকা
বানপীড়িত জিলাৰ বাবে বীমা কোম্পানীৰ ন’ডেল বিষয়া নিযুক্তি
বীমাৰ দাবী ক্ষিপ্র নিষ্পত্তিৰ বাবে ২৪ ঘণ্টাই সক্রিয় হেল্পলাইন, বিশেষ সহায় কেন্দ্র
ন্যূনতম নথিৰে বীমাৰ দাবী গ্ৰহণৰ ব্যৱস্থা
আত্মপ্রমাণপত্র আক ভিডিঅ’ প্রমাণো হ’ব গ্রহণযোগ্য
চৰকাৰীভাৱে ঘোষিত মৃতকৰ তালিকাৰ ভিত্তিত জীৱন বীমাৰ দাবী পৰিশোধ
বান পৰিস্থিতি উন্নত নোহোৱালৈ APSCৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তাৰ পৰীক্ষা স্থগিত