মহানগৰীৰ মালিগাঁৱত গভাইত চোৰক কৰায়ত্ত
নামবাৰী ত্ৰিকোণীয়া ফিল্ডৰ সন্মুখত ৰাইজে কৰায়ত্ত কৰে চোৰটোক
দুচকীয়া বাহন চুৰি কৰিবলৈ আহি হাতে লোতে ধৰা পৰা চোৰটো
পাছত স্থানীয় লোকে খবৰ দিয়ে গোশালা আৰক্ষীক
সম্প্ৰতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে চোৰটোক
লগতে দুখনকৈ দুচকীয়া বাহন উদ্ধাৰ কৰিছে আৰক্ষীয়ে