শিৱসাগৰ ৰাজপথত চলন্ত বাহনত অগ্নিকাণ্ড।
শিৱসাগৰ দৌলমুখ চাৰিআলিত নেন বাহনত অগ্নিকাণ্ড।
AS 04 M 2160 নম্বৰৰ এক নেন বাহনত এই অগ্নিকাণ্ড।
বাহন খনত তিনিজন লোক আছিল যদিও সৌভাগ্য ক্ৰমে কোনো লোকে হতাহতি হোৱা নাই।
অগ্নিকাণ্ড কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে