গুৱাহাটীৰ চচলত ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মচাৰী অৰ্ধ উলংগ প্ৰতিবাদ।
দৰমহা বৃদ্ধি,চাকৰি নিয়মীয়াকৰন,চৰকাৰী বঞ্চনা আদিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
বিগত কেইবাদিনৰ পৰা চচলৰ প্ৰতিবাদস্থলীত অনিৰ্দিষ্টকালীন অৱস্থান ধর্মঘট।
বিজেপি চৰকাৰ হায় হায়
,আমাৰ দাবী ন্যায্য দাবী,
হিমন্ত বিশ্ব শৰ্মা হায় হায়,GVK GO BACK ইত্যাদি ধ্বনিৰে উত্তাল চচল।
অনাগত সময়ত আৰু অধিক জংগী প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ।
