মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ চেষ্টাৰে গুৱাহাটীত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠক সফল
১৩১ দিনৰ পিছত সকলো অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ সিদ্ধান্ত UNC ৰ
ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়, মণিপুৰৰ গৃহ বিভাগ, UNC ৰ নেতৃত্বত মণিপুৰৰ ১২ টা স্থানীয় নাগা সংগঠনৰ মাজত
বৈঠকত আছিল UNC ৰ সভাপতিসহ ১২ নাগা সংগঠনৰ শীৰ্ষ প্ৰতিনিধি
উপস্থিত আছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূবৰ উপদেষ্টা, মণিপুৰৰ গৃহ বিভাগৰ আয়ুক্ত, লগতে ADGP আৰু IB ৰ বিষয়া
UNC ৰ দাবী সমূহত সহাঁৰি দিছে কেন্দ্ৰীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰে
সকলো কুকি মিলিটেৰী সংগঠনৰ অভিযান স্থগিত ৰখা, উপ মুখ্যমন্ত্ৰী নেমচা কিপগেনৰ বিষয়টো আলোচনাৰ আশ্বাস দিছে
চৰকাৰৰ আশ্বাত মান্তি হৈ ৰাষ্ট্ৰীয় ঘাইপথত ১৩১ দিনে চলি থকা সকলো অৱৰোধ প্ৰত্যাহাৰৰ সিদ্ধান্ত UNC ৰ
লক্ষণীয় যে, ১৩ মে’ ত অপহৰণ কৰি হত্যা কৰা হৈছিল ৬ জন নাগা নিৰীহ লোকক
ইয়াত জড়িত আছিল KNF ( P)
এই KNF ৰে নেতা হৈছে উপ মুখ্যমন্ত্ৰীৰ স্বামী ST Thangboi Kipgen
নাগা লোকক হত্যাকৰাৰ পিছতো উপ মুখ্যমন্ত্ৰীয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগ আছিল, সেইবাবে অপসাৰণৰ দাবী তুলিছে উপ মুখ্যমন্ত্ৰীৰ