Share and Enjoy !

Shares

ভোট চুৰি আৰু জ্ঞানেশ কুমাৰৰ অপসাৰণ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী সমদলত আৰক্ষীৰ বাধা

সমদলকাৰীৰ লগত আৰক্ষীৰ হতাহতি।মহিলা আৰক্ষী অবিহনে মহিলা কংগ্ৰেছ কৰ্মীক পুৰুষ আৰক্ষীয়ে বাধা দিয়া অভিযোগ।

কংগ্ৰেছৰ প্ৰতিবাদী সমদলত জ্বলিল মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ প্ৰতিকৃতি।অসম আৰক্ষী বাধা নেওচি যোৰহাট জিলা কংগ্ৰেছৰ শতাধিক প্রতিবাদকাৰীয়ে

নগৰ মাজেৰে নিৰ্বাচন আয়োগক দুৰ্নীতি মুক্ত কৰা, ভোট চুৰি আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ পদত্যাগৰ দাবীত বাহিৰ কৰে।

,এই সমদলত জ্ঞানেশ কুমাৰ প্ৰতিকৃতি দাহ কৰে কংগ্ৰেছ কৰ্মীসকলে।

প্রতিবাদী ৰেলী প্রতিহত কৰাৰ বহু চেষ্টা কৰিও বিফল হয় যোৰহাট আৰক্ষী। মহিলা আৰক্ষী নোহোৱাকৈ মহিলা প্রতিবাদকাৰীক প্রতিহত কৰিবলৈ যোৰহাট আৰক্ষী যোৱা হোৱা কার্য্যই সৃষ্টি কৰিছে চাঞ্চল্য

Leave a Reply

Your email address will not be published. Required fields are marked *