পুনৰ মহানগৰীৰ জালুকবাৰীৰ হোমষ্টেত চাঞ্চল্যকৰ ঘটনা
জালুকবাৰীস্থিত ‘ছানফ্লাৱাৰ হোমষ্টে’ৰ কোঠাত অসংযত অৱস্থাত উদ্ধাৰ যুৱক-যুৱতীক
ছানফ্লাৱাৰ হোমষ্টেৰ স্বত্বাধিকাৰী আৰফট শ্বাহৰ বিৰুদ্ধে গুৰতৰ অভিযোগ
বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ
বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত ছানফ্লাৱৰ হোমষ্টেৰ মেনেজাৰ
লগতে আৰক্ষীৰ জিম্মাত আছে ভুক্তভোগী যুৱতীগৰাকীসহ ধৃত যুৱকজন
ধৃত যুৱকজন ছিপাঝাৰৰ চান মিঞা
ভুক্তভোগী যুৱতীগৰাকী যোৰহাটৰ বুলি জানিব পৰা গৈছে