Share and Enjoy !

Shares

পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান

অভিযানত আংগাৰকাটাত জব্দ ১০টা চোৰাং গৰু

আৰক্ষীয়ে আটক কৰে ৪টা চোৰাং গৰু সৰবৰাহকাৰীক

ধৃত সৰবৰাহকাৰী কেইটা বাণীয়ামাৰীৰ নুৰ হুছেইন, ছানোৱাৰ হুছেইন, আজিবৰ ৰহমান আৰু আয়ুব আলী বুলি জানিব পৰা গৈছে

গৰুকেইটা ভাওৰাগুৰিৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে

আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে

Leave a Reply

Your email address will not be published. Required fields are marked *