Share and Enjoy !

Shares

বঙাইগাঁও জিলাৰ জিলাৰ নিউ বঙাইগাওঁ ষ্টেচনত অবৈধ বাংলাদেশীৰ সন্দেহত ৯ জন লোকক আটক ।

বঙাইগাঁও জিলাৰ সীমান্ত আৰক্ষীয়ে জিআৰপিৰ সহযোগত আটক কৰে লোক কেইজনক।

সোমবাৰে সন্ধিয়া ৫ বজাত নিউ বঙাইগাঁও উপস্থিত হৈছিল ৯ জন অবৈধ বাংলাদেশী । চেন্নাইলৈ যোৱাৰ পৰিকল্পনাৰে নিউ বঙাইগাঁৱত উপস্থিত হৈছিল লোককেইজন ।

বৰ্তমান আটকাধীন লোককেইজনক সোধা-পোছা অব্যাহত ৰাখিছে লোককেইজনে।।বঙাইগাঁও আৰক্ষীয়ে ঘটনা তদন্ত অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *