Share and Enjoy !

Shares

মহানগৰীৰ ৰাজগড়স্থিত শুভলক্ষ্মী এপাৰ্টমেণ্টত ভয়ংকৰ ঘটনা।

এগৰাকী মহিলাক প্ৰাণে মৰাৰ চেষ্টা এজন লোকৰ।

ভুক্তভোগী স্বাসতি বছ নামৰ মহিলাগৰাকীক ৰডেৰে মাৰপিট কৰিছিল হীৰা বৰবৰা নামৰ লোকজনে।

হীৰা বৰবৰা হৈছে এপাৰ্টমেণ্টৰ পৰিচালনা সমিতিৰ এজন লোক।

ঘটনা সন্দৰ্ভত গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে।

মাৰপিট কৰাৰ দৃশ্য বন্দী হৈছে মোবাইলত।

দীৰ্ঘদিন ধৰি হীৰা বৰবৰা আৰু দেৱশ্যাম বৰুৱা,দেৱশীষ দত্তই ফেল্ট এৰি যাবলৈ দীর্ঘদিন ধৰি ভাবুকি দি আহিছিল।

কিন্তু শনিবাৰে সন্ধিয়া ৬:৩০ বজাত প্ৰাণে মৰাৰ চেষ্টা কৰি ৰডেৰে আক্ৰমণ কৰিছিল হীৰা বৰবৰাক।

Leave a Reply

Your email address will not be published. Required fields are marked *