Share and Enjoy !

Shares

ছিপাঝাৰত অনুষ্ঠিত হোৱা সেৱা সংকল্প অভিযানত অথন্তৰ৷

সেৱা সংকল্প অভিযানত হাজাৰ হাজাৰ ৰাইজ উপস্থিত হোৱাত ঠেলা হেচাত কেইবাগৰাকী লোক চিকিৎসাধীন৷

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হৈছিল জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰী সেৱা অভিযান।

প্ৰশাসনৰ কোনো ধৰণৰ শৃংখলাবদ্ধতা নথকাৰ বাবে এই হুলস্থূলীয়া আৰু থেলা-হেচা পৰিৱেশৰ সৃষ্টি হয়।

ঠেলা-হেচাঁত মূৰ ঘুৰাই বাগৰি পৰে বহু কেইগৰাকী মহিলা।

চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কেইবাগৰাকীও মহিলাক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *