Share and Enjoy !

Shares

মহানগৰীৰ ব্ৰহ্মপুত্ৰ হাউছিঙত গড়চুক আৰক্ষীৰ অভিযান

অভিযানত জিল্লাত আলম আৰু তাহিদ ৰাজীৱ আলম নামৰ দুজনক আটক

ধৃত লোকদুজনৰ ফ্লেটৰ পৰা জব্দ নগদ ধনসহ বহু আপত্তিজনক সামগ্ৰী

জব্দ প্ৰায় ৭০টা ম’বাইল ফোন, বহু ID, পেনড্ৰাইভ, ষ্টাম্প, চেকবুক

বাণ্ডিলে বাণ্ডিলে টকা আৰু এখন স্ক’ৰপিঅ’ বাহন জব্দ

চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহ অভিযুক্তকেইটা

Leave a Reply

Your email address will not be published. Required fields are marked *