ধাৰাপুৰত পুৱতিনিশা আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত আছিক আলী।
গুলীবিদ্ধ হোৱাৰ পিছতে হাস্পতালত ভৰ্তি কৰোৱা হয় আছিক আলীক।
বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আছিক আলী।
পুৱা প্ৰায় ৩.৩০ বজাত আজাৰাৰ ধাৰাপুৰত এনকাউণ্টাৰ কৰা হয় আছিক আলীক।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।