Share and Enjoy !

Shares

যোৰহাটৰ চকীহাতত ভয়ংকৰ পথ দুৰ্ঘটনা!

সুৰামত্ত যুৱকৰ তীব্ৰবেগী i20 বাহনে মহতিয়ালে স্কুটী আৰু মটৰ চাইকেল।

গাড়ীৰ প্ৰচণ্ড খুন্দাত ঘৰৰ ভিতৰত সোমাল মটৰ চাইকেল।

খুন্দাত স্কুটীখন ভাঙি চূৰমাৰ।

দুৰ্ঘটনাত গাড়ীখনৰ দুয়োটা এয়াৰবেগ খোল খাই পৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *