Share and Enjoy !

Shares

বদৰপুৰ–লামডিং সংযোগী ৰে’লপথত লাইনচ্যুত যাত্ৰীবাহী ৰে’ল

লাইনচ্যুত শিলচৰ-গুৱাহাটী পেছেঞ্জাৰ ৰে’ল

শিলচৰৰ পৰা গুৱাহাটী অভিমুখী ৰে’লখনৰ ইঞ্জিনটো হয় লাইনচ্যুত

বদৰপুৰ ষ্টেচন এৰাৰ পিছত দলংখন পাৰ হোৱাৰ সময়তে অঘটন

হুৱাদুৱা লাগে যাত্ৰীসকলৰ মাজত

লাইনচ্যুত ইঞ্জিনটো দলঙতে আবদ্ধ হৈ থকাত বন্ধ হৈ পৰিছে বদৰপুৰ-গুৱাহাটী ৰে’ল সেৱা

 

Leave a Reply

Your email address will not be published. Required fields are marked *