Share and Enjoy !

Shares

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

বৈদেশিক ৰাজ্যিক মন্ত্রীজনে অংশ ল’ব ইবেৰো-আমেৰিকা সন্মিলনত।

৫৪খন দেশৰ উপস্থিতিৰে ৩-৫ নৱেম্বৰলৈ আয়োজন এই সন্মিলন ভাৰতে সন্মিলনত ‘সহযোগী পৰ্যবেক্ষক’ ৰাষ্ট্ৰ হিচাপে যোগদান কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *