Share and Enjoy !

Shares

ছিপাঝাৰত সোণৰ কলহ বিচাৰি নৈশ বাছত আৰক্ষীৰ অভিযান।

এগৰাকী মহিলা যাত্ৰীৰ পৰা উদ্ধাৰ নকল সোণৰ পাঁচটা কলহ।

সাত কেজি ওজনৰ নকল সোণখিনি গোপনে সৰবৰাহ কৰিছিল জেচমিনা খাতুন নামৰ এগৰাকী মহিলাই।

মহিলাগৰাকীৰ ঘৰ লখিমপুৰ জিলাৰ লালুকত।বুলি জানিব পৰা গৈছে

AR 16A 6804 নম্বৰৰ এম,কে, ট্ৰেভেলছৰ নৈশ শ্লীপাৰ বাছখন আছিল অৰুনাচল- শিলিগুড়ি অভিমুখী।

মহিলাগৰাকীৰ সৈতে জব্দ কৰা হয় দুটা ম’বাইল ফোন।

অধিক তদন্তৰ বাবে ছিপাঝাৰ থানাত সোধ-পোচ কৰি থকা হৈছে মহিলাগৰাকীক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *