ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

Share and Enjoy !

Shares

ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এই সাক্ষাৎকালত তেওঁলোকে প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰে। লগতে ভাৰতৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভতো তেওঁলোকে বাৰ্তালাপ কৰে।

সামাজিক মাধ্যমত এই বিষয়ে উল্লেখ কৰি ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে, ভাৰতৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যাত্ৰাত ইণ্টেলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে ইণ্টেলৰ সহযোগিতাৰ বাবে আদৰণি জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ইণ্টেলৰ সহযোগত দেশৰ যুৱ প্ৰজন্মই ভৱিষ্যতৰ বাবে সহায়ক হোৱাকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন উদ্ভাৱনীমূলক অভিজ্ঞতা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *