জুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ বিবৃতিজুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ বিবৃতি

Share and Enjoy !

Shares

জুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ বিবৃতি।

‘জুবিন গাৰ্গৰ মৃত্যুক লৈ ভিন্ন মাধ্যমত চলি আছে অপপ্ৰচাৰ’।

বিষয়টোক লৈ উদ্বিগ্নতা প্রকাশ কৰি বিবৃতি ছিংগাপুৰ আৰক্ষীৰ।

বর্তমান ছিংগাপুৰৰ কৰ’নাৰ্ছ আইনৰ অধীনত চলি আছে তদন্ত।

প্ৰাৰম্ভিক তদন্তত কোনো সন্দেহজনক তথ্য লাভ নকৰাৰ কথা উল্লেখ SPFৰ।

‘তদন্ত সম্পূৰ্ণ হ’বৰ বাবে প্রয়োজন হ’ব কমেও ৩ মাহ সময়’।

‘তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল কৰা হ’ব ষ্টেট কৰ’নাৰৰ হাতত’।

ষ্টেট কৰ’নাৰ হৈছে ছিংগাপুৰ আদালতৰ এগৰাকী ন্যায়িক বিষয়া।

১ অক্টোবৰত ভাৰতৰ উচ্চায়ুক্তৰ হাতত AUTOPSY ৰিপ’ৰ্ট দাখিলকৰিছিল SPF-এ।

সমগ্র ঘটনাটো পুংখানুপুংখ আৰু পেছাগতভাবে তদন্ত কৰাৰ আশ্বাস SPFৰ।

সকলো পক্ষকে বিভ্রান্তিকৰ তথ্য নিবিয়পাবলৈ আহ্বান ছিংগাপুৰ আৰক্ষীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *