১৪ দিনৰ ন্যায়িক জিম্মালৈপ্ৰেৰণ শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক,কোনখন কাৰাগাৰত ৰখা হ’ব দুয়োকে?১৪ দিনৰ ন্যায়িক জিম্মালৈপ্ৰেৰণ শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক,কোনখন কাৰাগাৰত ৰখা হ’ব দুয়োকে?

Share and Enjoy !

Shares

জে’ললৈ প্ৰেৰণ কৰা হ’ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।

১৪ দিনৰ ন্যায়িক জিম্মালৈ।প্ৰেৰণ কৰা হ’ল শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক।

ডিমা হাছাও জিলাৰ হাফলং উপ-কাৰাগাৰত ৰখা হ’ব দুয়োটা অভিযুক্তক।

বৃহস্পতিবাৰে নিশাই অন্ত পৰিল আৰক্ষীৰ জিম্মাৰ ম্যাদ।৩ অক্টোবৰত SITয়ে গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্ৰভা-শেখৰক।শুকুৰবাৰে পাণবজাৰৰ CJM আদাললত হাজিৰ কৰোৱা হৈছিল দুই অভিযুক্তক।

Leave a Reply

Your email address will not be published. Required fields are marked *