বশিষ্ঠৰ উৰণীয়া সেতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী স্কৰপিঅ’ বাহনৰ খুন্দা ডিভাইডাৰত।
বেহৰবাৰী দিশৰ পৰা খানাপাৰা দিশে তীব্ৰ বেগেৰে আহিছিল বাহনখন।
নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি কেইবাপাল্টি খাই বাহনখনে।
দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ AS 01GH 3214।
স্থানীয় লোকৰ মতে বাহন খনত আছিল প্ৰায় ৭ জনকৈ যুৱক।
স্থানীয় লোক আৰু আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰে যুৱক কেইজনৰ লগতে বাহন খন।
জানিব পৰা মতে, দুৰ্ঘটনাত সামান্যভাবে আঘাপ্ৰাপ্ত হৈছে যুৱক কেইজন