জুবিনৰ দেহৰক্ষী পৰেশ বৈশ্যৰ ঘৰত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ
চলন্ত যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হৈ যায় কাবেৰী ট্ৰেভেলছৰ বাছখন। বৰ্তমানলৈ ২৫ গৰাকী যাত্ৰীৰ মৃত্যু। অন্ধ্ৰপ্ৰদেশত সংঘটিত…
চলন্ত যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হৈ যায় কাবেৰী ট্ৰেভেলছৰ বাছখন। বৰ্তমানলৈ ২৫ গৰাকী যাত্ৰীৰ মৃত্যু। অন্ধ্ৰপ্ৰদেশত সংঘটিত…
আজি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITয়ে সংবাদমেল সম্বোধন কৰে। SITৰ SDGP মুন্নাপ্ৰসাদ গুপ্তাই সম্বোধন কৰে সংবাদমেল।। বৃহস্পতিবাৰে ছিংগাপুৰৰ পৰা…
আজি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITয়ে সংবাদমেল সম্বোধন কৰিব। SITৰ SDGP মুন্নাপ্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদমেল। জুবিনৰ মৃত্যুৰ তদন্তৰ…
আজিৰে পৰা দেশী বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় পবিতৰা অভয়াৰণ্য। বৃহস্পতিবাৰে দিনৰ ১১ বজাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে…
অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত…
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত বিজেপি। বুধবাৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিল ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা তথা…
শীতকাল আৰম্ভ হোৱাৰ লগে লগে সলনি কৰা হ’ল অযোধ্য়াৰ ৰাম মন্দিৰত ৰাম লাল্লাৰ দৰ্শনৰ সময়। আজিৰে পৰা সলনি কৰা হৈছে…
লংকাত বিদ্যুৎস্পৃ্ষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকে আটক কৰিছে দুজন লোকক। ধৃত লোক দুজন অজয়…
পুনৰ মহানগৰীত সংঘটিত হিট এণ্ড ৰানৰ ঘটনা ৷ তীব্ৰগতিত অহা বাহন খুন্দাত থিতাতে নিহত এজন যুৱক ৷ জয়ানগৰত সংঘটিত হৈছে…
বুধবাৰে নিশা আছাম ৰাইফল, অৰুণাচল আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয়৷ প্ৰায় ৭ জনীয়া আলফা স্বাধীনৰ দলৰ…