Author: News Desk

“জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়”।যোগদানৰ ২দিন পিছতেই কংগ্ৰেছ এৰিলে ৰেজাউল কৰিম সৰকাৰে

দেওবাৰে কংগ্ৰেছ যোগদান কৰি বুধবাৰে ত্যাগ কৰিলে কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ বিস্ফোৰক পত্ৰ লিখিল ৰেজাউল কৰিম সৰকাৰে ত্যাগ কৰিলে…

আজি ভোগৰ উৎসৱ ভোগালী বিহু,মেজি জ্বলাই অসমীয়াই আদৰিলে হেপাঁহৰ ভোগালীক

আজি ভোগৰ উৎসৱ ভোগালী বিহু । পুহৰ অন্তত হাঁড় কঁপোৱা জাৰত পুৱাই মেজি জ্বলাই অগ্নিসেৱা কৰিলে অসমীয়াই ৷ অসূয়া অপ্ৰীতিকে…

জালুকবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা চাৰিচকীয়া বাহনৰ

মাজনিশা মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। জালুকবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা এখন চাৰিচকীয়া বাহনৰ। আমিনগাঁৱৰ…

জালুকবাৰীত ৰে’ল লাইনৰ দাঁতিত উদ্ধাৰ মৃতদেহ

জালুকবাৰীত ৰে’ল লাইনৰ দাঁতিত উদ্ধাৰ মৃতদেহ। উদ্ধাৰ কৰা মৃতদেহটো তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে ৰে’ল আৰক্ষীয়ে। অনুসন্ধানৰ…

ধেমাজি জিলা উন্নয়ন আয়ুক্তৰ দেৱেশ্বৰ বৰাৰ চৰকাৰী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ

ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পিতা-পুত্ৰ। জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ৯ মান বজাত এখন আই টুৱেন্টী…

উৰুকাৰ আনন্দৰ মাজতে মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

উৰুকাৰ আনন্দৰ মাজতে মুকালমুৱাৰ টেঘেৰীয়াট্টাৰীত ভয়াৱহ পথ দুৰ্ঘটনা মুকালমুৱা-নলবাৰী সংযোগী পথৰ টেঘেৰীয়াট্টাৰীত এখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়া বাহনৰ মাজত…

ডকমকাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

হাওৰাঘাট বিধানসভা সমষ্টিৰ ডকমকাত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ ১০ হাজাৰ টকাকৈ আত্ম সহায়ক গোটৰ হিতাধিকাৰীক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত…

এই বৰ্ষতো হাজোত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ

এইবাৰো তীৰ্থ নগৰী হাজোত অনুষ্ঠিত নহয় বুলবুলি চৰাই যুঁজ। পুনৰ বুলবুলি যুঁজৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতে কঠোৰ কামৰূপ…

প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান;ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত হয় শেষকৃত্য

উৰুকাৰ দিনটোতে ৰাজ্যবাসীৰ বাবে দুঃখবৰ। প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ আছিল সমৰ হাজৰিকা।…

আজি হেঁপাহৰ ভোগালীৰ উৰুকা,লগে ভাগে এসাঁজ খাবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি

আজি হেঁপাহৰ ভোগালীৰ উৰুকা। ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ(Bhogali Bihu)। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ চলিছে…