Share and Enjoy !

Shares

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ।

তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপানৰ উচ্চ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচিয়ে৷

উল্লেখ্য যে, ১ জুলাই পৰা ৩ জুলাইলৈ গুৱাহাটীত হ’ব ভাৰত জাপানৰ মাজত দ্বিপাক্ষিক বৈঠক। এই বৈঠকখনৰ বাবেই ১ জুলাইত গুৱাহাটীত উপস্থিত হ’ব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। ইপিনে ২ জুলাইত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে ২ আৰু ৩ জুলাইত দুই দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকী বহিব দ্বিপাক্ষিক বৈঠকত। এই বৈঠকত হয়টো ভাৰত-জাপানৰ মাজত কেইবাখনো বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *