জনগণনাৰ পৰ্টেলত বড়ো ভাষা কৰ্তনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

সমগ্ৰ দেশজুৰি আৰম্ভ হ’বলগীয়া জনগণনা কাৰ্যসূচীৰ প্ৰ-পত্ৰ আৰু ‘স্ব-গণনা’ পৰ্টেলত ভাৰতীয় সংবিধান স্বীকৃত বড়ো ভাষাক সন্নিৱিষ্ট নকৰাৰ ঘটনাত তীব্ৰ ক্ষোভ…

ঐতিহাসিক মদনমোহন গোঁসাই থান সত্ৰত চুৰিকাণ্ড; চুৰি ধনসহ গ্ৰেপ্তাৰ ধৃত চোৰ

বজালীৰ ভৱানীপুৰ আৰক্ষীৰ অভিযান । শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰৰ চুৰিকাৰ্যত জড়িত দুই চোৰক গ্ৰেপ্তাৰ।লগতে চোৰৰ পৰা জব্দ কৰে সত্ৰৰ…

ছিলিণ্ডাৰ বিস্ফোৰণ! ভস্মীভূত দোকান

মানকাচৰৰ নিউ মাৰ্কেটত ছিলিণ্ডাৰ বিস্ফোৰণ। জাহিনুৰ নামৰ ব্যৱসায়ীজনৰ দোকানত দুটাকৈ গেছ ছিলিণ্ডাৰৰ বিস্ফোৰণ । বিস্ফোৰণৰ ফলত দোকানএখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।…

বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুচকীয়া বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। AS15S8716 নম্বৰৰ বাইক…

গ্ৰেপ্তাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক

বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক। বশিষ্ঠ আৰক্ষীয়ে।গ্ৰেপ্তাৰ কৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষজনক। কাৰাগাৰখনৰ কয়দীক নিষিদ্ধ সামগ্ৰীৰ…

ভয়ংকৰ নাও দুৰ্ঘটনা! দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

তামাৰহাটৰ শগুনচৰাত নাও দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। পোহৰলৈ আহিছে নাও দুৰ্ঘটনাৰ নতুন মোৰ। একাংশই কৰিছে দুৰ্ঘটনাৰ শিহৰণকাৰী বৰ্ণনা ।…

ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে ড° জ্ঞানশ্ৰী বৰাই

ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে সদ্যপ্ৰাক্তন অধ্যাপক ড° জ্ঞানশ্ৰী বৰাই। মঙলবাৰে অধ্যাপক পদ ত্যাগ কৰিছিল গোৱালপাৰা কলেজৰ ৰসায়ন বিভাগৰ অধ্যাপক…

কাইলৈৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন

কাইলৈৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন।ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলীৰ প্ৰায়…

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন…

হাতত হেংদাং লৈ চৰাইদেউ মৈদামত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

হাতত হেংদাং লৈ চৰাইদেউ মৈদামত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত মুখ্যমন্ত্ৰী…

বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিচিত হ’ল ৭ বছৰীয়া মিছ কিউচেংঘান ফুকন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী। বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিচিত হ’ল ৭ বছৰীয়া মিছ কিউচেংঘান ফুকন। এলিফেণ্টা আইলেণ্ডৰ…

মুকালমুৱাত বিজেপিৰ বিৰুদ্ধে উত্তাল‌ প্ৰতিবাদ

মুকালমুৱাত বিজেপিৰ বিৰুদ্ধে উত্তাল‌ প্ৰতিবাদ। সংখ্যালঘু‌ হাৰাশাস্তিৰ কৰাৰ বন্ধ কৰাক। । আজি বৰক্ষেএী ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী লয়।।…