Share and Enjoy !

Shares

বৈভৱ সূৰ্যবংশীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান।

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে এই সন্মান প্ৰদান কৰে।বৈভৱ সূৰ্যবংশীলৈ।

প্ৰতি বছৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ কিশোৰ-কিশোৰী তথা শিশুক ভিন্ন ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

এই সন্মান প্ৰদান পাছতে বৈভৱ সূৰ্যবংশীৰ জ্যেষ্ঠ ভাতৃ উজ্জ্বল সূৰ্যবংশীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰে – এয়া আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে বৈভৱক শিশু বঁটাৰে সন্মানিত কৰে। বৈভৱক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰাও পৰিলক্ষিত হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *