Share and Enjoy !

Shares

নৱবৰ্ষৰ প্ৰাকক্ষণত নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে দুজন নিহত হোৱাৰ লগতে আহত হয় এজন।

নিহত লোকদুজন পূজা লস্কৰ ৰেজিমল হক আৰু আহত তাৰিজুৰ জামান।বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি, ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰৈ থকা অৱস্থাত এখন বাহনত পিছ ফালৰ পৰা এখন ডাম্পাৰে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । আহত তাৰিজুৰ জামান উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS02 AV 5099। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনে সেই স্থানৰ পৰা পলায়ন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *