পুনৰ ৰাজ্যত সন্ধানহীন বোৱাৰী। ৰামদিয়াত সন্ধানহীন এগৰকী বোৱাৰী ঘৰৰ পৰাই সন্ধানহীন বন্দনা ডেকা নামৰ বোৱাৰীগৰাকী
ইষ্টাগ্ৰামত চিনাকি হোৱা যুৱকৰ সৈতে পলাই যোৱাৰ সন্দেহ স্বামীৰ। দুই সন্তানৰ মাতৃ বন্দনা ডেকা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ইপিনে ঘটনাৰ সন্দৰ্ভত স্বামীয়ে ৰামদিয়া আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।