অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি।
সভাপতি মল্লিকাৰ্জুন খাৰ্গে।এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে
AICC ৰ সাধাৰণ সম্পাদক কে চি বেণু গোপালে জাৰি কৰিছে নিৰ্দেশনা।
নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়াসকল ক্ৰমে- পলাশ পৱন শইকীয়া, দিপাংকৰ বৰা আৰু জনচন চাংমা।