বানাৰ বিভিষিকাৰ মাজতে যোৰহাটৰ মালৌপামত ভয়ংকৰ ঘটনা।
২ বছৰীয়া পুত্ৰ সন্তানক কোলাত লৈ ভৰা ভোগদৈ নৈত জাপ দিলে এগৰাকী মহিলাই।
মহিলাগৰাকীৰ নাম মালৌপামৰ নিবাসী দেৱজিৎ বৰা পত্নী কৃষ্ণা বৰা।
স্থানীয় লোকৰ মন্তব্য অনুসৰি পাৰিবাৰিক কণ্ডলৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ