আমিনগাঁও ২৬ নং কল’নীৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ ।
নৈৰ পানী জুৱলীত পুৰুষ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।
উদ্ধাৰ হোৱা মৃতদেহটো কুৰি উৰ্ধৰ যুৱক বুলি অনুমান কৰা হৈছে ।
মৃতদেহটো পানীত উটি অহা বুলি সন্দেহ ।
বৰ্তমানেও ঘটনাস্থলীত উপস্থিত হোৱা নাই আৰক্ষী ।