Share and Enjoy !

Shares

বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদে।

আজি সংবাদমেল যোগে অসম জাতীয় পৰিষদে সংবাদমেল সম্বোধন কৰে।সংবাদমেলত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। সংবাদমেলত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ নেতা ড° বসন্ত ডেকা, জগদীশ ভূঞা, ৰাজেন গোহাঁই, চিত্ত বসুমতাৰীকে ধৰি কেইবাজনো শীৰ্ষ বিষয়ববীয়া৷

সংবাদমেলত অজাপৰ প্ৰথমখন প্রার্থী তালিকা প্রকাশ…

খোৱাং সমষ্টিত প্ৰতিন্দ্বন্দ্বিতা কৰিব লুৰিণজ্যোতি গগৈয়ে।

বঢ়মপুৰ সমষ্টিত- ৰাজেন গোঁহাই।

মৰিগাঁও সমষ্টিত- বাণী দাস।

পলাশবাৰী সমষ্টিত- পংকজলোচন গোস্বামী।

বজালী সমষ্টিত- দিলীপ বৰুৱাক।

ডিব্ৰুগড় সমষ্টিত-মৈনাক পাত্ৰক।

বিন্নাকান্দি সমষ্টিত-ৰেজাউল কৰিম চৌধুৰীক।

Leave a Reply

Your email address will not be published. Required fields are marked *