Share and Enjoy !

Shares

অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা UPPLৰ।

প্ৰথম পৰ্যায়ত ৭টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে UPPLএ।

বিধানসভাৰ নিৰ্বাচনৰ বাবে তামুলপুৰ সমষ্টিত প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব প্ৰদান।

ভেৰগাঁও সমষ্টিত – নাৰ্চন বড়ো

বিজনী সমষ্টিত – কমল সিং নাৰ্জাৰী।

ওদালগুৰি সমষ্টিত-দ্বীপেন বড়ো।

গোসাঁইগাঁও সমষ্টিত-অনিন্দ বসুমতাৰী।

ডোতমা সমষ্টিত-ৰাজু কুমাৰ নাৰ্জাৰী।

কোকৰাঝাৰ সমষ্টিত – লৰেঞ্চ ইছলাৰী।

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *