৯ এপ্ৰিলত বন্ধ থাকিব গুৱাহাটী উচ্চ ন্যায়ালয় !
বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ঘোষণা ৷
গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধৰ ঘোষণা কৰে উচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰ জেনেৰেল আৰ বৰুৱাই ৷
অৱশ্যে ১০ এপ্ৰিলৰ পৰা পুনৰ কামকাজ অন্যদিনাৰ দৰে অব্যাহত থাকিব ৷