শিৱসাগৰত অঘটন ৷
হঠাতে ভাগি পৰিল দিখৌ নৈৰ ওপৰত থকা গেমন দলঙৰ মাজভাগ ৷
মেৰামতিৰ সময়ত দলঙ খন ভাগি পৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বিচ্ছিন্ন হৈ পৰিছে উজনি-নামনিৰ সংযোগ ৷
দলঙ খন ভাগি পৰাৰ ফলত দুয়োদিশে সৃষ্টি হৈছে ব্যাপক যানযঁট৷