নলবাৰীত অমিত শ্বাহৰ সভাত অঘটন।
ভি আই পি গেটৰ সমীপত বাগৰি পৰিল গছৰ ডাল।
প্ৰশাসনৰ তৎপৰতাত চলিছে চাফাই অভিযান
দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছিল অমিত শ্বাহ
আজিৰ দিনটোত তেওঁ নলবাৰী, টিহু আৰু ঢেকীয়াজুলিত চলাব নিৰ্বাচনী প্ৰচাৰ।
এন ডি এ সমৰ্থিত প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
বিশাল জনসভাত অংশ লৈ উৰা মাৰিব দিল্লী অভিমুখে।