Share and Enjoy !

Shares

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷

আসন্ন অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য শনিবাৰে অসমত উপস্থিত হয়

অসমত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মধ্য গুৱাহাটী সমষ্টিত চলাই নিৰ্বাচনী প্ৰচাৰ।

একেদৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা নেপালী মন্দিৰলৈ অনুষ্ঠিত কৰা এক ৰেলীতো অংশ লয় নেতাগৰাকীয়ে। ইয়াৰ পাছতে তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

এই বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। লগতে ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নিৰ্বাচন তত্বাবধায়ক বৈজয়ন্ত জয় পাণ্ডা , সহ-তত্বাবধায়ক দৰ্শনা জাৰ্দোছ, ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী, নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা সাংসদ প্ৰদান বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *