Share and Enjoy !

Shares

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷

আজি অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে ৷

উত্তৰ অসমৰ পাঁচটা সমষ্টিত ব্যাপক প্ৰচাৰাভিযান চলোৱাৰ উদ্দেশ্যৰে অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী ৷

নাওবৈচাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ মল্লিকাৰ্জুন খৰ্গেই চলাব প্ৰচাৰ ৷

নাওবৈচাৰ খাৰখাটিত খৰ্গেই সম্বোধন কৰিব বিশাল জনসভা ৷

কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব খৰ্গেই।

Leave a Reply

Your email address will not be published. Required fields are marked *