Share and Enjoy !

Shares

নিশা যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

পুৰনা বালিবাটৰ আৰ্ট এণ্ড ক্ৰাফট নামৰ ব্যৱসায়ী প্ৰতিস্থানত অগ্নিকাণ্ড।

জুই জাহ জাই কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী।

কাষতে থকা এটা প্লাই গুডামলৈ জুই বিয়পি পৰাৰ সম্ভাৱনা।

অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নিয়ন্ত্ৰন কৰে।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলত অগ্নিকাণ্ড ঘটনা সংঘটি হোৱাৰ সন্দেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *