Share and Enjoy !

Shares

পৰ্বতঝোৰাৰ জংগীৰকিল্লাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান।

বগৰীবাৰী আৰক্ষীৰ অভিযানত ঘন জংগলৰ পৰা ৮টাকৈ চোৰাং গৰু জব্দ।

পশ্চিমবংগ পৰা পৰ্বতঝোৰাৰ জংগলৰ মাজেৰে ধুবুৰীলৈ বাংলাদেশহৈ চোৰাং গৰুকেইটা সৰবৰাহ চেষ্টা।চলাই

আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে সৰবৰাহকাৰী

আৰক্ষীয়ে চোৰাং গৰু কেইটা জব্দ কৰি তদন্ত আৰম্ভ ।

Leave a Reply

Your email address will not be published. Required fields are marked *