ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক।
দিছপুৰ সমষ্টিক লৈ বৈঠক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।
বৈঠকত অংশগ্রহণ কৰে দিছপুৰ সমষ্টিৰ দায়িত্বত থকা সকলো দলীয় কাৰ্যকৰ্তাসকলে।
বিশেষকৈ দিছপুৰ সমষ্টিত জয়ৰ পৰিকল্পনা ৰচিবৰ বাবে এই বৈঠক।
বৈঠকত অংশ লয় ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে
লগতে বৈঠকত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিজেপিৰ প্রাৰ্থী প্রদ্যুৎ বৰদলৈ।